Local, Vocal, Global

দুৰ্গা পূজালৈ কি কি নীতি-নিৰ্দেশনা

  • দুৰ্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ প্ৰশাসন আৰু আৰক্ষীৰ যৌথ সভা
  • প্ৰশাসনৰ অনুমতি লৈহে অনুষ্ঠিত কৰিব পাৰিব পূজা
  • পথৰ ওপৰত পাতিব নোৱাৰিব পূজাৰ অস্থায়ী পেণ্ডেল
  • সুকীয়া হব লাগিব ভক্তৰ প্ৰৱেশ আৰু প্ৰস্থানৰ পথ
  • অঞ্জলি দিয়াৰ সময়ত মাইক ব্যৱহাৰ কৰিব লাগিব পূজাৰীয়ে
  • ষষ্ঠী আৰু দশমীৰ আগদিনা আয়োজক কমিটীৰ সকলোৱে কভিড টেষ্ট কৰিব লাগিব
  • স্থানীয় থানাত আয়োজক কমিটীৰ বিষয়ববীয়াৰ লগতে পূজাৰীৰ নাম জমা দিব লাগিব
  • পূজাথলীত দিব নোৱাৰিব প্ৰসাদ, ওচৰৰ মানুহক ঘৰত দি আহিব পাৰিব প্ৰসাদ
  • কোনো মেলা, সাংস্কৃতিক কাৰ্যসূচী, বজাৰ নাথাকিব
  • ৰাজপথৰ দাঁতিত নহব অস্থায়ী দোকান
  • নিশা ১০ বজাৰ আগত বন্ধ হব সকলো কাম-কাজ
  • এখন বাইকত মাত্ৰ এজন পুৰুষহে যাত্ৰা কৰিব পাৰিব
  • মহিলা আৰু শিশুসহ যাত্ৰা কৰিব পাৰিব বাইকত
  • ৰেষ্টুৰেণ্ট নিশা জ্ঝ বজালৈ খোলা থাকিব, বহি খাব নোৱাৰিব
  • বিসৰ্জনৰ ক্ষেত্ৰত সৰ্বোচ্ছ ১০জন থাকিব পাৰিব, নাথাকিব শোভাযাত্ৰা
  • পূজাথলীত থাকিব লাগিব হেণ্ড চেনিটাইজাৰ, মাস্ক পৰিধান বাধ্যতামূলক
  • এক মিটাৰ সামাজিক দূৰত্বৰ চিহ্ন অংকন কৰা থাকিব লাগিব
  • মূৰ্তি পূজা, ঘট পূজা অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলৈ আহ৩ান প্ৰশাসনৰ