Local, Vocal, Global

কলকাতাৰ ফুলবাগানত ২৫বছৰৰ পিছত প্ৰথমটো ভূমিগত মেট্ৰ’ ষ্টেচন মুকলি

কলকাতাৰ ফুলবাগানত ২৫বছৰৰ পিছত প্ৰথমটো ইষ্ট ৱেষ্ট ভূমিগত মেট্ৰ’ ষ্টেচন মুকলি। ৰবিবাৰে কলকাতাত ২৫ বছৰত প্ৰথমটো ভূমিগত মেট্ৰ ষ্টেচন ব্যৱহাৰৰ বাবে মুকলি কৰে। ইষ্ট ৱেষ্ট লাইন ফুলবাগানলৈকে সম্প্ৰসাৰ ঘটোৱাৰ বাবে নিৰ্মাণ কৰা হৈছে এই ষ্টেচনটো। এই ইষ্ট ৱেষ্ট লাইনে বিভাজন ৫ ক ফুলপাবনৰ সৈতে সংযোগ কৰিব।
কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিয়ুছ গোৱেলে শুভ উদ্বোধন কৰে। কলকাতাৰ স্বল্ট লেক ষ্টেডিয়ামত প্ৰথম পৰ্যায়ত ৰেল সেৱা আৰম্ভ হয়। ফুলবাগান আৰু বিভাজন ৫ৰ মাজত ৰেল সেৱা আজিৰে পৰা আৰম্ভ হব। বহুতো অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ হৈছে ফুলবাগান হাওৰাময়দান ভূমিগত মেট্ৰ ষ্টেচনটো। ক’ভিড১৯ ৰ পৰিস্থিৰ কাৰণে অনুষ্ঠান ভিডিও সন্মিলন ব্যৱস্থাৰ জৰিয়তে গোৱেলে ষ্টেচনটো মুকলি কৰে।