Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২০৭৩ গৰাকী
  • মঙলবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৭৯৫ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৮ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰৰ ৩৪৪ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৬৬ গৰাকী যোৰহাটৰ, ১৬৮গৰাকী ডিব্ৰুগড়ৰ, ১২৫গৰাকী গোলাঘাটৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৬১ হাজাৰ ৩৯৩ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,৮৫৭গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৩০ হাজাৰ ৯৪৭ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৫৮৬গৰাকী লোকৰ