দেশত ৫০ লাখ অতিক্ৰম কৰ’নাত আক্ৰান্তৰ সংখ্যা

♦️দেশত ৫০ লাখ অতিক্ৰম কৰ’নাত আক্ৰান্তৰ সংখ্যা
♦️বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৯০,১২৩ গৰাকী
♦️বৰ্তমানলৈ ভাৰতত কৰ’নাত আক্ৰান্ত ৫০ লাখ ২০ হাজাৰ ৩৫৯ গৰাকী
♦️বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৯ লাখ ৯৫ হাজাৰ ৯৩৩ গৰাকী
♦️বৰ্তমানলৈ সুস্থ হৈ উঠিছে ৩২ লাখ ৫০ হাজাৰ ৪২৯ গৰাকী
♦️দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮২ হাজাৰ ৬৬ গৰাকী
♦️বিগত ২৪ ঘন্টাত দেশত মৃত্যু ১২৯০ গৰাকী