Local, Vocal, Global

ভয়ংকৰ! ভাৰতত এদিনতে আক্ৰান্ত ৯৭ হাজাৰ

♦️দেশত ৪৬ লাখ অতিক্ৰম কৰ’নাত আক্ৰান্তৰ সংখ্যা

♦️বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৯৭,৫৭০ গৰাকী

♦️বৰ্তমানলৈ ভাৰতত কৰ’নাত আক্ৰান্ত ৪৬ লাখ ৫৯ হাজাৰ ৯৮৪গৰাকী

♦️বৰ্তমানলৈ সুস্থ হৈ উঠিছে ৩৬ লাখ ২৪ হাজাৰ ১৯৬ গৰাকী

♦️দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৭৭ হাজাৰ ৪৭২ গৰাকী

♦️সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৯ লাখ ৫৮ হাজাৰ ৩১৬ গৰাকী