অসম বিধানসভাত ১৬ খন বিধেয়ক গৃহীত

- অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয় স্থাপনত অনুমোদন
- মঙলদৈত স্থাপন হ’ব এই বিশ্ব বিদ্যালয়
- মৰান-মটক-কমতাপুৰ স্বায়ত্ত পৰিষদ স্থাপনত অনুমোদন
- ৰাভা-হাছং,বিটিএডি বাদ দি গঠন হ’ব কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ
- এবছৰলৈ অনুষ্ঠিত নহয় পৌৰ নিকায় নিৰ্বাচন
- গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনো অনুষ্ঠিত নহয় এবছৰলৈ
- ৬ জনগোষ্ঠীৰ জনজাতিকৰনক লৈ বিধানসভাত আলোচনা
- ৬ জনগোষ্ঠীৰ প্ৰসংগক নিৰ্বাচনী টোপ আখ্যা কংগ্ৰেছৰ
- মন্ত্ৰী চন্দন ব্ৰহ্মই ক’লে-‘অন্তিম পৰ্যায়ত আছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ’