Local, Vocal, Global

মাস্ক পৰিহিত কলাগুৰু বিষ্ণুৰাভা

  • বৰপেটাত জুবিন গাৰ্গৰ পৃষ্ঠপোষকতাত স্থাপিত বিষ্ণুৰাভাৰ প্ৰতিমূৰ্তিত কৰ’না সজাগতা
  • ৰাভাৰ মুখত মাস্ক, বুকুত লিখা আছে মাস্ক পৰিধান কৰক,নিজে সুৰক্ষিত থাকক,সমাজখনক সুৰক্ষিত ৰাখক
  • ৰাভাৰ কৰ’না কালিন প্ৰতিমূৰ্তিৰ এই দৃশ্য চ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰি জুবিন গাৰ্গে অনুৰাগীৰ প্ৰতি লিখিছে ‘Be more careful now’