শোণিতপুৰৰ খনামুখত শোকাৱহ পথ দুৰ্ঘটনা

শোণিতপুৰৰ খনামুখত শোকাৱহ পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্ৰাকত তীব্ৰবেগী বলেৰ’ পিক আপ ভানে খুন্দামৰাৰ ফলত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত দুই বলে’ৰ আৰোহী গুৰুতৰভাৱে আহত হয় দুজন। নিহতদ্বয় ক্ৰমে কপিল কুৰ্মী আৰু স্পনাদ্বীপ কৰ্মকাৰ। আনহতে আহতদ্বয় যমুনা গৰাইক আৰু ৰাজা গৰাইক। আহত দুয়োজনকে সংকটকজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ কৰে। ৰখাই থোৱা ট্ৰাকখনৰ নম্বৰ AS 12 E 5227 আনহাতে দুৰ্ঘটনাগ্ৰস্ত বলে’ৰ পিক আপ ভানখনৰ নম্বৰ AS 12 AC 8596।