Local, Vocal, Global

দলগাঁৱত পুৱাৰ পৰাই সন্ধিয়ালৈ হাবিৰ মাজত জুৱাৰ আদ্দা

দৰঙৰ দলগাঁৱত সামাজিক দুৰত্বৰ বিপৰীত ছবি।পুৱাৰ পৰাই সন্ধিয়ালৈ হাবিৰ মাজত জুৱাৰ আদ্দা

ৰাজ্যত এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে।কৰ’না সংক্রমণ ৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰিছে বিভিন্ন নীতি নিদেৰ্শনা। দৰং জিলাৰ দলগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত বিলপাৰ, বেছিমাৰী আৰু খাৰপুৰী হাবি অঞ্চলত পুৱাৰ পৰা গধূলীলৈকে বহে জুৱাৰ আদ্দা । কোনো সামাজিক দূৰত্ব নোহোৱাকৈ গাত গা লগাই এইসকল লোকে বহুৱাইছে অবৈধ জুৱাৰ আদ্দা।