Local, Vocal, Global

বৈঠালাংছ’ৰ কোৱাৰেন্টীন কেন্দ্ৰত অঘটন

  • বৈঠালাংছ’ৰ কোৱাৰেন্টীন কেন্দ্ৰত অঘটন
  • চেমচনছিং ইংতি মহাবিদ্যালয়ৰ কোৱাৰেন্টীন কেন্দ্ৰত এই অঘটন
  • নিশা শুই থকা অৱস্থাতেই মৃত্যু এজন যুৱকৰ
  • মৃত যুৱকজনৰ নাম প্ৰাঞ্জল বৰা
  • বৃহস্পতিবাৰে বিমানযোগে বহিঃৰাজ্যৰ পৰা আহি বৈঠালাংছ’ত উপস্থিত হৈছিল যুৱকজন
  • যুৱকজনৰ সৈতে আহিছিল আন তিনিজন লোকো
  • সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰিছে
  • ঘটনাক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চল