Local, Vocal, Global

শুৱালকুছিত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক

  • শুৱালকুছিত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক
  • শুৱালকুছি আৰক্ষীয়ে জব্দ কৰে ট্ৰাকসহ ২০০ কাৰ্টন সুৰা
  • নিশা বংশৰ বৰবদ্দিয়াত জব্দ সুৰাভৰ্তি ট্ৰাক
  • পলায়ন কৰে ট্ৰাকৰ চালকে
  • আটক ২ হেণ্ডিমেন ক্ৰমে হবিবুৰ ৰহমান আৰু মন্টু আলী
  • ট্ৰাকৰ সন্মুখত লিখা আছিল ‘ডিফেন্স এছেনচিয়েল ছাৰ্ভিচ’
  • সম্প্ৰতি সুৰাখিনি চমজি লৈছে আবকাৰী বিভাগে