নতুন ৰূপত নিৰ্মাণ হ’ব ‘ডক্তৰ বেজবৰুৱা’

নিপন গোস্বামী অভিনীত ব্ৰজেন বৰুৱা পৰিচালিত অসমৰ এখন জনপ্ৰিয় ছবি আছিল ‘ডক্তৰ বেজবৰুৱা’। আকৌ এবাৰ নিৰ্মাণ হ’ব ‘ডক্তৰ বেজবৰুৱা’। নতুন ৰূপত নিৰ্মাণ হ’ব জনপ্ৰিয় ছবি ‘ডক্তৰ বেজবৰুৱা’।
নতুন ৰূপত নিৰ্মাণ হ’ব লগা ‘ডক্তৰ বেজবৰুৱা’ ছবিখনত পৰিচালনা কৰিব বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে। লগতে ছবিখনৰ সংগীত পৰিচালনা কৰিব শিল্পী জুবিন গাৰ্গে। চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব ছবিখনৰ দৃশ্যগ্ৰহণ।