Local, Vocal, Global

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণা হত্যা, আটক তিনি চোৰাং চিকাৰী

  • ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ বিলুপ্তপ্ৰায় দল হৰিণা হত্যা
  • ঘটনাৰ লগত জড়িত তিনি চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম বন সুৰক্ষাকৰ্মী
  • ভয়াৱহ বানত উটি আহি বিলুপ্ত প্ৰজাতিৰ ২টাকৈ দল হৰিণাই আশ্ৰয় লৈছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যানত
  • বৃহস্পতিবাৰে নিশা ৩ জনীয়া চোৰাংচিকাৰীৰ দল এটাই প্ৰৱেশ কৰিছিল উদ্যানখনত
  • চোৰাংচিকাৰীয়ে নিশা হত্যা কৰে এটা দল হৰিণাক
  • ঘটনা সন্দৰ্ভত উদ্যান কৰ্তৃপক্ষই কাষৰীয়া গাঁৱত আৰম্ভ কৰে অভিযান
  • ৮০ কিলোগ্ৰাম মাংসসহ আটক তিনিজন চোৰাং চিকাৰীক
  • আটকাধীন চোৰাং চিকাৰী ক্ৰমে তালেব আলী,চাইদুল ইছলাম আৰু আব্দুল হক