Local, Vocal, Global

তেজপুৰত স্থাপন ৰাজ্যৰ দ্বিতীয়টো প্লাজমা বেংক

  • তেজপুৰ মেডিকেল কলেজত স্থাপন দ্বিতীয়টো প্লাজমা বেংক
  • গুৱাহাটী মেডিকেল কলেজৰ পিছত স্থাপন ৰাজ্যৰ দ্বিতীয়টো প্লাজমা বেংক
  • অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰা হৈছে এই প্লাজমা বেংকত
  • ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ৪০বছৰীয়া কুশল নাথে শুক্ৰবাৰে প্লাজমা দান কৰে