পুখুৰীত জাপ দি কৰুণ আত্মহত্যাক আঁকোৱালী লয় স্বামী স্ত্ৰী

অভয়াপুৰীৰ এহাল দম্পতিৰ আত্মহনন।
বঙাইগাঁও জিলাৰ পাচোনিয়াত সংঘটিত হয় এই শোকাবহ ঘটনা।
পুখুৰীত জাপ দি কৰুণ আত্মহত্যাক আঁকোৱালী লয় দুই স্বামী স্ত্ৰীৰ ।
তিনিমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল দুইজনে।
আত্মহত্যাৰ কাৰণ অঞ্চলটোৰ ৰাইজে পৰিয়ালকেন্দ্ৰীক বুলি জানিব দিছে যদিও এতিয়ালৈ প্ৰকৃত তথ্য আৰক্ষীৰ অনুসন্ধানৰ পিছতহে জানিব পৰা হব।
মৃত যুৱকজনৰ নাম পিকু দাস আৰু তেঁওৰ ঘৈনিয়েক পিংকি বৰ্মন বুলি জানিব পৰা গৈছে।