Local, Vocal, Global

হাইলাকান্দিত স্বাধীনতা দিৱসত উৰিল ওলোটা কৈ পতাকা

 

হাইলাকান্দিত স্বাধীনতা দিৱসত উৰিল ওলোটা কৈ পতাকা

 

 

জিলাৰ কাটলিছেড়া মহকুমাৰ চৰকাৰি অনুষ্ঠানত উত্তোলন হ’ল ওলোটা পতাকা।

 

 

স্থানীয় চাৰ্লমাৰ্চ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আয়োজিত মহকুমা ভিত্তিক অনুষ্ঠানত ওলোটা পতাকা উত্তোলন কৰে মহকুমা শাসক পুলক বিশ্বাষে।

 

 

পিছত ততাতৈয়াকৈ দ্বিতীয়বাৰ আকৌ শুদ্ধ কৈ উত্তোলন কৰা হয়  জাতীয় পতাকা।