Local, Vocal, Global

স্বাধীনতা দিৱসৰ দিনাই বোকাজানৰ শান্তিপূৰত ভয়ংকৰ পথ দুৰ্ঘটনা

স্বাধীনতা দিৱসৰ দিনাই বোকাজানৰ শান্তিপূৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

 

নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা দুই বাইক আৰোহী।

 

থিতাতে নিহত বাইক আৰোহী বিতোপন দুৱৰা।

 

গোলাঘাট মুৰফলনিৰ পৰা দেউপানী অভিমুখে আহি থকা অৱস্থাতে দুৰ্ঘটনা সংঘটিত হয়।

 

দুৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইকখনৰ নম্বৰ AS05F 9967

 

ইতিমধ্যে আন এজন আৰোহীক বোকাজান স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

 

নিহত বিতোপন দুৱৰাৰ ঘৰ গোলাঘাটৰ মুৰফলনীত।