Local, Vocal, Global

2 killed in chemical factory explosion : কাৰখানাত ভয়ংকৰ বিস্ফোৰণ;নিহত ২জন শ্ৰমিক ,আহত ৩ জন

নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী : কাৰখানাত ভয়ংকৰ বিস্ফোৰণ । নিহত ২জন শ্ৰমিক ,আহত তিনিজন ।

উত্তৰপ্ৰদেশৰ মিৰাটৰ এটা টায়াৰ কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ৷ ইঞ্চৌলী অঞ্চলৰ ভানা গাঁৱত সংঘটিত এই ঘটনটো(2 killed in chemical factory explosion in UP’s Muzaffarnagar) ।

জানিব পৰা মতে,শ্ৰমিকসকলে কৰ্মৰত অৱস্থাতে সংঘটিত হয় এই ঘটনাটো ৷ ফলত কৰ্মৰত অৱস্থাত থকা ২ জন শ্ৰমিকৰ মৃত্যু হয় লগতে গুৰুতৰভাৱে আহত ৩ জন৷

নিহত লোক দুজন আলী নৱাজ (৪২) আৰু ৰাম ভাৰোছে (৫৫) বুলি চিনাক্ত কৰা হৈছে আনহাতে আহত শ্ৰমিক এজনক জয়পাল (৬০) বুলি চিনাক্ত কৰা হৈছে যদিও বাকী দুজনক বৰ্তমানলৈ চিনাক্ত কৰিব পৰা নাই(2 Killed,3 Injured After Boiler Explodes at Chemical Factory)।

বৰ্তমান আহত লোককেইজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক : Punjab farmer who fell ill after tear gas firing dies : কৃষকসকলৰ প্ৰতিবাদৰ মাজতে মৃত্যু আন এগৰাকী কৃষকৰ