Local, Vocal, Global

10 winning BJP MPs resign from Parliament : বিজেপিৰ ১০ গৰাকীকৈ সাংসদৰ পদত্যাগ পত্ৰ দাখিল

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : বিজেপিত ব্যাপক খহনীয়া । চাৰিৰাজ্যত বিজেপিৰ বৃহত জয়ৰ পিছতো বিজেপিৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰিলে বিজেপিৰ সাংসদে(10 winning BJP MPs resign from Parliament) । অৱশ্যে বিধায়ক হৈ থাকিব তেওঁলোক। কেৱল মাত্ৰ সাংসদ পদৰ পৰা পদত্য়াগ পত্ৰ অৰ্পন কৰিছে(10 BJP MPs, Who Won As MLAs In Rajasthan And MP, Quit Parliament) ।

বিজেপিৰ ১০ গৰাকীকৈ সাংসদৰ পদত্য়াগ পত্ৰ দাখিল । দেশৰ ৫খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই এই বৃহত সিদ্ধান্ত বিজেপিৰ সাংসদৰ ।

জানিব পৰা মতে, পদত্যাগ পত্ৰ দাখিল কৰা সাংসদসকল হৈছে ছত্তিশগড়ৰ গোমতী চাই, নৰেন্দ্ৰ সিং তোমাৰ, ৰাকেশ সিং, প্ৰহ্লাদ পেটেল, ৰিতি পাঠক আৰু মধ্য প্ৰদেশৰ উদয় প্ৰতাপ সিং,ৰাজস্থানৰ সাংসদ দিয়া কুমাৰী, ৰাজ্যবৰ্ধন ৰাঠৌৰ আৰু কিৰোৰী লাল মীনাই(10 BJP MPs, Who Won Assembly Polls, Resign From Parliament Membership)।

পদত্যাগ পত্ৰ দাখিল কৰা ১০ গৰাকী সাংসদৰ ভিতৰত ৫ গৰাকী মধ্য প্ৰদেশ, ৩ গৰাকী ৰাজস্থান আৰু ২ গৰাকী চত্তিশগড়ৰ।

উল্লেখ্য যে, বিজেপিয়ে বিধানসভা নিৰ্বাচনত ২১ জন সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। ইয়াৰ ভিতৰত ১২ জন জয়ী হোৱাৰ লগতে ৯ জন পৰাজয় হৈছিল।নিৰ্বাচনত জয়ী হোৱা ১০ জন বিধায়কে আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। নিৰ্বাচনত জয়ী হোৱা আন দুজন সাংসদ বাবা বালকনাথ আৰু ৰেণুকা সিঙ।বিজেপিৰ মুৰব্বী জে পি নাড্ডা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়(10 BJP MPs, Who Won Assembly Polls, Resign From Parliament Membership)।

লগতে পঢ়ক : Sonia Gandhi likely to attend Telangana CM swearing ceremony : ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী উপস্থিত থকাৰ সম্ভাৱনা