Local, Vocal, Global

সদনৰ পৰা বহিষ্কাৰ অখিল গগৈক

ডিজিটেল ডেস্ক: অসম বিধানসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিত।

দিনটোৰ বাবে সদনৰ পৰা বহিষ্কাৰ অখিল গগৈক। বহিষ্কাৰ কৰা হ’ল কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰক।

২০ মিনিটৰ বাবে স্থগিত সদন। বিধানসভাৰ শেষত সংবাদ মাধ্যমেৰে মুখামুখি অখিল গগৈ।

বহিষ্কাৰ হ’ব লাগিছিল অসমৰ মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰীয়ে অধ্যক্ষৰ কথা নুশুনো বুলি কৈছে। ‘বাবা’ বুলি সম্বোধন কৰিছে।

সংসদীয় ইতিহাসত এনে ঘটনা আজিলৈকে হোৱা নাই। অখিল গগৈৰ গুৰুতৰ অভিযোগ।