মেকআপ অবিহনে বলিউদৰ অভিনেত্ৰীসকল দেখিবলৈ কেনেকুৱা
বলিউডৰ তাৰকাৰ মানেই সমগ্ৰ বিশ্বত খ্যাতি। বহুলোকে বলিউদৰ অভিনেত্ৰীৰ দৰে জীয়াই থকাৰ সপোন দেখে। জীৱন-শৈলী ৰাজকীয়। অৱশ্যে, তেওঁলোকে এই খ্যাতিৰ বাবে সকলো গুণৰ অধিকাৰী৷ জীৱনশৈলী, খান-পানৰ পৰা সকলো চৰ্চিত হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ টো হ’ল নায়িকাসকলৰ মেকআপ হওঁক বা ফেশ্বনৰ চৰ্চা৷ বলিউদৰ বিখ্যাত সুন্দৰীসকল মেকআপৰ আৱৰণৰ চৰ্চা কৰিব খুজিছো৷
কাজল- ছালৰ ৰং প্ৰকৃততে কৃষ্ণাংগ। মেকআপত চলচ্চিত্ৰত তেনে পৰিবেশত দেখা নাযায়।
ৰাণী মুখাৰ্জীঃ মেকআপৰ উপৰিও ৰাণী মুখাৰ্জীকো ধুনীয়া। মেকআপৰ পাছত স্ক্ৰীমৰ বৰণ সলনি হোৱা দেখা যায়৷
প্ৰিয়ংকা চোপ্ৰাঃ মেকআপৰ জৰিয়তে ছাল ঠিক কৰা হয়। তেওঁৰ নাক আৰু ওঁঠকো পৰ্যাপ্ত মেকআপৰ প্ৰয়োজন হয়। প্ৰিয়ংকাই নাক আৰু ওঁঠ ভাজ সলনি কৰিছিল। ছালৰ স্তৰো পৰিৱৰ্তন কৰে।
অনুষ্কা শৰ্মাঃ বিশেষভাৱে মেকআপ কৰিব লগা হয়। অনুষ্কাই সঠিক ফিটনেছ ব্যৱস্থা অনুসৰণ কৰিব লগা হয়৷
তাপচী পান্নুঃ মেকআপৰ পাছতো অভিনেত্ৰীগৰাকীক একে দেখা যায়।
কংগনা ৰাণাৱতঃ মেকআপৰ জৰিয়তে ছাল ঠিক কৰিব লগীয়া নহয়৷ কংগনাই নিয়মীয়া মেকআপ আৰু ফিটনেছ প্ৰণালীৰ জৰিয়তে নিজকে সুন্দৰ কৰি ৰাখে।
দীপিকা পাডুকনঃ মেকআপৰ নকৰিলেও এগৰাকী ধুনীয়া অভিনেত্ৰী। চকুৰ তলত ডাগৰ বাবে মেকআপ কৰিবলগীয়া হয়৷
কৰীণা কাপুৰঃ কৰীণা কাপুৰৰ ছাল মেকআপেৰে ঢাকি ৰখাৰ প্ৰয়োজন হয়। চকুৰ তলত ডাগ পৰিছে৷
শ্ৰদ্ধা কাপুৰঃ মেকআপ নকৰিলেও ধুনীয়া। কিন্তু তেওঁৰ চকুৰ তলত ডাগ পৰিছে৷