Local, Vocal, Global

পুনৰ এনকাউণ্টাৰ ড্ৰাগছ সৰবৰাহকাৰীক

গুৱাহাটী:লখিমপুৰৰ বান্দৰদেৱাত ড্ৰাগছ সৰবৰাহকাৰীক এনকাউণ্টাৰ কৰা হয়।শুকুৰবাৰে বান্দৰদেৱাত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল আৰক্ষীয়ে।

নিশা ড্ৰাগছৰ ঘাটি দেখুৱালৈ লৈ যাওঁতে আৰক্ষীক আক্ৰমন কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে গুলী বিদ্ধ হয় ড্ৰাগছ সৰবৰাহকাৰী দুজন।ড্ৰাগছ সৰবৰাহকাৰী দুজন লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰত চিকিৎসাধীন হৈ আছে।গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে নগাওঁৰ আজিজুৰ ৰহমান আৰু লখিমপুৰ বিহপুৰীয়াৰ ছহীফুল আলি।

ReplyForward