দেশত দ্ৰুত গতিত বৃদ্ধি ক’ভিডৰ সংক্ৰমণ

নিউজ ডেস্ক, ১৭ জানুৱাৰীঃ বিগত চৌব্বিছ ঘণ্টাত ভাৰতত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২,৫৮০৮৯ জন লোক। আনহাতে ১,৫১৭৪০ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে।ইপিনে দেশত ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৬,৫৬,৩৪১জন ৰোগী।
উল্লেখ্য যে দেশত পজিটিভৰ হাৰ ১১৯.৬৫ শতাংশ। ইফালে দেশত চৌব্বিশ ঘণ্টাত ৩৮৫ গৰাকী লোকৰ মৃত্যু হৈছে। ইয়োৰোপৰি দেশত অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা ৮,২০৯ গৰাকী।