চীনৰ Two child policy সমাপ্ত

চীনৰ Two child policy সমাপ্ত
চীনে দুটা সন্তান জম্ম দিয়া কঠোৰ নীতি সমাপ্ত কৰি তাৰ পৰিৱৰ্তনে এতিয়া ৩ সন্তান জম্ম দিয়া অনুমতি দিব। এই খবৰ চৰকাৰী Media সিন্থূআ পৰা মানিব পৰা গৈছে।চৰকাৰী Media সিন্থুআ পৰা জানিব পৰা মতে China ৰ এনে নীতি China ৰ ৰাস্টীপতি সী জিনপিগৰ নেতৃত্বত হোৱা পেলিত য়ুৰৈ বৈঠকত লৈছে।China এই নীতি তেতিয়া লৈছিল যেতিয়া China ৰ লোকপ্ৰিয়ল অনুসৰি জানিব পাৰিছিল যে তেওঁলোকৰ জনসাধাৰণ বাকী দেশবোৰৰ তুলনাত বহুত কমি গৈছে।