Local, Vocal, Global

ঘৰত সোমাল অজগৰ

ধেমাজি জিলাৰ সোৱণশিৰি বনাঞ্চল অন্তৰ্গত বৰদলনি দিহিঙীয়া গাঁৱৰ এটা পৰিয়ালৰ ঘৰৰ মূধচত উদ্ধাৰ এটা প্ৰকাণ্ড অজগৰ। ৰবিন ফুকনৰ ঘৰৰ মূধচত বগাই থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে অজগৰটো । অৱশেষত বন বিভাগৰ লোক আহি সোৱণশিৰি বনাঞ্চলত এৰি দিয়াৰ ব্যৱস্থা কৰে  ১০ কেজি ওজনৰ অজগৰটো ।