যোৰহাট নগৰৰ মাজ মজিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

বাইক আৰু মাৰুতিৰ মাজত ভয়ংকৰ সংঘৰ্ষ

নিউ যোৰহাট ফাৰ্মাচীৰ সন্মুখত এই দুৰ্ঘটনা

সৌভাগ্য ক্ৰমে হতাহত হোৱা নাই কোনো লোক

বিস্তৰ ক্ষতিগ্ৰস্ত হয় দুয়োখন বাহন