Local, Vocal, Global

কামপুৰ কাকতি গাঁৱত আৰক্ষীৰ বৃহৎ সফলতা।

কামপুৰ আৰক্ষীৰ বৃহৎ সফলতা।কামপুৰৰ কাকতি গাঁৱত আৰক্ষীৰ অভিযান।এটা কাঠৰ বাকচ সহ প্ৰকৃত ভাৰতীয় কেইবাখনো ৫০০ টকীয়া নোট উদ্ধাৰ কৰে।যুৱক কেইজনে কাঠৰ বাকচটো টকা বনোৱা মেচিন বুলি প্ৰৱঞ্চনাৰে বিক্ৰী কৰিছিল।কামপুৰৰ পদুমনিত বিক্ৰী কৰিব অহাৰ আৱস্থাত ছয় প্ৰৱঞ্চকৰক হাতে লুটে ধৰে আৰক্ষীয়ে। আৰক্ষীৰ জালতপৰা লখিমপুৰৰ ৪ জন আৰু নাগালেণ্ডৰ দুজন।কামপুৰ আৰক্ষীৰ বৃহৎ সাফল্য।কামপুৰৰ কাকতি গাঁৱত আৰক্ষীৰ অভিযান।এটা কাঠৰ বাকচ সহ প্ৰকৃত ভাৰতীয় কেইবাখনো ৫০০ টকীয়া নোট উদ্ধাৰ কৰে।যুৱক কেইজনে কাঠৰ বাকচটো টকা বনোৱা মেচিন বুলি প্ৰৱঞ্চনাৰে বিক্ৰী কৰিছিল।কামপুৰৰ পদুমনিত বিক্ৰী কৰিব অহাৰ আৱস্থাত ৬ প্ৰৱঞ্চকক হাতে লুটে ধৰে আৰক্ষীয়ে। আৰক্ষীৰ জালতপৰা লখিমপুৰৰ ৪ জন আৰু নাগালেণ্ডৰ দুজন।তেওঁলোক ক্ৰমে জেহেৰুন ইছলাম ( লখিমপুৰ, ইছলামপুৰ ) ইদজত  আলি(লখিমপুৰ, আহমেদ পুৰ ),ওৱাহিদুল ইছলাম ( লখিমপুৰ ২ নং ইছলামপুৰ )আতিকুল ইছলাম (লখিমপুৰ,২ নং ইছলামপুৰ),পাওচিপাম( ডিমাপুৰ),পাওংগি(ডিমাপুৰ জেহেৰুন ইছলাম(লখিমপুৰ, ইছলামপুৰ),ইদজত  আলি(লখিমপুৰ, আহমেদ পুৰ) ওৱাহিদুল ইছলাম (লখিমপুৰ ২ নং ইছলামপুৰ), আতিকুল ইছলাম (লখিমপুৰ,২ নং ইছলামপুৰ), পাওচিপাম( ডিমাপুৰ),পাওংগি(ডিমাপুৰ) ।