কভিডত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত তিনিজনৰ মৃত্যু

নিউজ ডেস্ক,১৭ জানুৱাৰী: কাছাৰত দ্ৰুতগতিত বৃদ্ধি পাইছে কভিড সংক্ৰমণ ৷ যোৱা ২৪ ঘণ্টাত ক’ৰনাত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত মৃত্যু হৈছে এক যুবক সহ দুই বৃদ্ধৰ ৷ মৃত সকল ক্ৰমে ২১ বছৰীয়া যুবক বিজয় কুমাৰ সিং, ৬৫ বছৰীয়া বৃদ্ধা জয়ন্তী সেনগুপ্ত আৰু ৯৩ বছৰীয়া বৃদ্ধ কালিপদ ভৌমিক । ইপিনে যোৱা ২৪ ঘণ্টাত কাছাৰত ক’ৰনাত আক্ৰান্তৰ সংখ্যা ৪০৩ ৷
![]() | ReplyForward |