আফতাবৰ পিছত, এইবাৰ দিলদাৰ!

শ্ৰদ্ধা হত্যাতকৈ বেছি বিপদজনক, সমগ্ৰ দেশে এতিয়ালৈকে পাহৰি নোযোৱা দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ পিছতেই ঝাৰখণ্ডত সংঘটিত আন এক ঘটনাই সকলোকে হতবাক কৰি তুলিছে। এইবাৰ চাহিবগঞ্জৰ বাৰিঅ’ত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা। য’ত স্বামীয়ে ২২ বছৰীয়া পত্নীক হত্যা কৰি শৰীৰৰ ১২ টুকুৰা অংশ কুকুৰক খাবলৈ দিয়ে। মৃত মহিলাগৰাকীৰ নাম ৰবিকা পাহাদিন। চাহিবগঞ্জৰ বোৰিঅ’ত এই ঘটনাক লৈ এতিয়া ৰাজনীতি তুংগত উঠিছে।