Local, Vocal, Global

আজি সুশান্ত সিং ৰাজপুতৰ অন্ত্যেষ্টিক্ৰিয়া, ম্ৰিয়মান মায়ানগৰী

*আজি মুম্বাইত সম্পন্ন হ’ব অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্তেষ্টিক্ৰিয়া।
*ইতিমধ্যে পাটনাৰ পৰা গৈ মুম্বাইত উপস্থিত পৰিয়ালৰ লোক।
*দেওবাৰে আত্মহত্যা কৰা অভিনেতাজনৰ নিশাৰ ভিতৰতে মৰনোত্তৰ পৰীক্ষা সম্পন্ন।
*মৰনোত্তৰ পৰীক্ষাত নিশ্চিত অভিনেতাজনৰ আত্মহত্যা।
*আৰক্ষীয়ে বিছাৰি পোৱা নাই সন্দেহৰ কোনো উৎস।
*৮ মাহ ধৰি হতাশাত ভূগি আছিল জনপ্ৰিয় অভিনেতাজন।