Local, Vocal, Global

কৰ’নাৰ হটস্পট জি এম চি এইছ, চিকিৎসাৰ বাবে আহি আক্ৰান্ত কমলপুৰৰ মহিলা

*কৰ’নাৰ হটস্পটত পৰিনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতাল।
*চিকিৎসাৰ বাবে জি এম চি এইছলৈ আহি কৰ’নাত আক্ৰান্ত এগৰাকী মহিলা।
*মহিলাগৰাকী কামৰূপৰ কমলপুৰৰ পানীটেমাৰ কুসুম কলিতা।
*কৰ্কট ৰোগত আক্ৰান্ত মহিলাগৰাকীৰ নমুনা পৰীক্ষাত ওলাল পজিটিভ।
*কমলপুৰৰ পানীটেমাক ইতিমধ্যে কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।
*মহীলাগৰাকীৰ সংস্পৰ্শলৈ অহা ৩০ গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰা হৈছে।।