আজিৰে পৰা আংশিক ভাৱে বন্ধ শৰাইঘাটৰ পুৰণি দলং

👉আজিৰে পৰা আংশিক ভাৱে বন্ধ শৰাইঘাটৰ পুৰণি দলং
👉 মেৰামতিৰ বাবে এই সিন্ধান্ত ৰেলৱে কৰ্তৃপক্ষৰ
👉🏼 দিনৰ ১২ বজাৰ পৰা নিশা ১০ বজালৈ চলিব মেৰামতিৰ কাম
👉🏼তিনিমাহ পৰ্যন্ত চলিব মেৰামতিৰ কাম
👉🏼মেৰামতিৰ সময়ত দলঙৰে চলিব নোৱাৰিব গধুৰ যানবাহন
👉 আনহাতে নতুন দলঙৰে অব্যাহত থাকিব যাতায়ত
👉 উল্লেখ্য দুবছৰ পূৰ্বে ৯ কোটি টকাৰে মেৰামতি কৰিছিল শৰাইঘাটৰ পুৰণি দলংখন