আকৌ ৰাজ্যত ৪১জন কোভিড পজিটিভ, সুস্থ হৈছে ৫০জন

মঙলবাৰে ৰাজ্যত আকৌ ৪১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ১৩জন কামৰূপ মেট্ৰ’ৰ বুলি চিনাক্ত।
অসমত সুস্থ হৈছে ৫০জন লোক। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈছে সংখ্যা ২১২২৪৬জন লোক।
আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা ১০৫৭জনলৈ পাইছে বৃদ্ধি।