Local, Vocal, Global

আপোনাৰ ৰাশি কি ? আজিৰ দিনটো কেনেকুৱা হ’ব আপোনাৰ ?

মেষ : আচৰিত কথাৰ সম্ভেদ পাব। আর্থিকতাে কিছু কষ্ট শৰীৰ সম্পর্কে উদাস নহ’ব। বিদ্যাত বেয়া নাযায়। ভ্ৰমণত অলপ সাৱধান থাকক।

বৃষ : মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপােনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব। কর্মস্থানত আনন্দ প্রেমত আনন্দ।

মিথুন : শৰীৰ পূৰ্বৰ তুলনাত আশাপ্রদ। আগতে ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব। উচ্চ বিদ্যাত সাফল্য লাভ। আর্থিক, আয়ু বৃদ্ধি পাব। কোনাে প্রিয় লােকৰ যােগাযােগত আনন্দ।

 

কর্কট : বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। মাতৃৰ শৰীৰ চিন্তা। আর্থিক ব্যয় বৃদ্ধি পাব। ব্যৱসায়ত ধ্যম।

সিংহ : সহযােগীৰ সহায়ত উৎসাহ পাব। কর্মস্থানত আয় বৃদ্ধি কাৰক। নতুন কোনাে উদ্দেশ্যেত সফল হ’ব। প্ৰেমত নিৰাশা।

কন্যা : মজলীয়াভাৱে দিনটো পাৰ হ’ব। কর্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতর্ক থকাটো উচিত হ’ব। প্রেমপ্রীতিত উদাস চিন্তা। পঢ়াত মধ্যম।

তুলা : মধ্যম দিন হলেও কর্মস্থানত ভালেই দেখিব। আর্থিকতাে বেয়া নহ’ব। দায়িত্বপূর্ণ কামত মাংগিলক কৃতকার্য হােৱাৰ সম্ভাৱনা। বিদ্যাত শুভ ফল। শৰীৰ মধ্যম।

বৃশ্চিক :ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব। কর্মস্থানত উন্নত আশা নকৰাই ভাল। পঢ়াত মনােনিবেশ কৰিব। ভ্ৰমণত সাৱধান।

ধনু : দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনিৰ কাৰণে মনটো গধুৰ হৈ থাকিব। শৰীৰৰ প্রতি আওকাণ নকৰিব। কর্মত খ্যাতি বৃদ্ধিৰ যােগ। পিতৃৰ পৰা সহানুভূতি লাভ কৰিব।

মকৰ : কর্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সম্মানৰ ক্ষেত্ৰত সচেতন হ’ব। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়। ব্যৱসায়ত আশাপ্রদ উন্নতিৰ যােগ।

কুম্ভ : নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হওক। কর্মত দক্ষতা থাকিব। ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায়। পঢ়া- শুনাত শুভ। পিতৃ-মাতৃৰ চিন্তা।

মীন : বিদ্যাত সাফল্য লাভ। আর্থিক ব্যয় বৃদ্ধি পাব। কোনাে দূৰ বার্তাত আনন্দ লাভ, বেংক কর্মচাৰীৰ শুভ। কোনাে কাৰণত মন চঞ্চল থাকিব। প্রেমত শুভ।