ৰেলৱে পুলিচ বল (RPSF )১নং বেটিলিয়ানত ১২ জনৰ দেহত কভিড পজেটিভ
২০২২ ৰ আৰম্ভণিতে ভয়ংকৰ খবৰ।লামডিং ৰেলৱে পুলিচ বল (RPSF)১নং বেটেলিয়ানৰ ১২ জন পুলিচৰ দেহত কভিড ১৯ অৱস্থিতি ধৰা পৰিছে । এই সম্পূৰ্ণ খবৰ বিয়পি যোৱাৰ লগে লগে ১নং বেটেলিয়ানত আতংক ময় পৰিবেশৰ সৃষ্টি হয় । এই খবৰ পোৱাৰ লগে লগে উচ্চপদস্থ বিষয়া কমান্ডিং অফিচাৰক (CO) টেষ্ট কৰাৰ বাবে ৰেলৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।