Local, Vocal, Global

ৰাজ্যিক মৰ্যাদাৰে হ’ব বাঘজানত নিহত অয়ল কৰ্মচাৰীৰ শেষকৃত্য

*বাঘজানৰ বিভীষিকাৰ মাজতে প্ৰাণ হেৰুওৱা তিখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব।

*এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

*প্ৰয়াত গোহাঁই আৰু গগৈ অয়ল ইণ্ডিয়াৰ অগ্নিনিৰ্বাপক বিভাগৰ কৰ্মচাৰী।

* মঙলবাৰে বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনাটোৰ পিছতেই দুয়ো নিৰুদ্দিষ্ট হৈ পৰিছিল।

*আজি পুৱা উদ্ধাৰ হয় দুয়োৰে মৃতদেহ।