ৰাজ্যত বৰ্তমানেও অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ

- বিগত ২৪ ঘণ্টাত ৰাজ্যত১৬৯জনৰ দেহত ধৰা পৰিছে কৰোনা
- শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ২ গৰাকী লোকৰ
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৫৫১ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে২০৮৯৬৪ গৰাকী ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে৯৮৭ গৰাকী লোকৰ
- ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ২১৩৫০৫ জনলৈ বৃদ্ধি