Local, Vocal, Global

ৰাজ্যত কাল কৰ’নাৰ বিভীষিকা, মৃতকৰ সংখ্যা ৯ লৈ বৃদ্ধি

*ভয়ানক গতিত বৃদ্ধি পাইছে  ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা।
*একেটা দিনত সৰ্বাধিক ২৬৩ গৰাকী আক্ৰান্তৰে অসমত মুঠ আক্ৰান্তৰ সংখ্যা ৩,৬৯৩ জনলৈ বৃদ্ধি।
*এই পৰ্যন্ত সক্ৰিয় ৰোগীৰ সংখ্যা ২,০৯৮ গৰাকী,১,৫৮৪ গৰাকীৰ আৰোগ্য লাভ।
*শুকুৰবাৰে জি এম চি এইছত বাক্সা আৰু হোজাইৰ ২ জনৰ লগতে এছ এম চি এইছত হাইলাকান্দিৰ এগৰাকী মহিলাৰ মৃত্যু হয়।
* ৰাজ্যত কৰ’নাত মৃত্যু হৈছে এইপৰ্যন্ত ৯ গৰাকীৰ।