ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংক্ৰমণ

- বিগত ২৪ ঘণ্টাত ১৪৯ জনৰ দেহত ধৰা পৰিছে কৰোনা
- শুকুৰবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত হৈ ২গৰাকী ৰোগীৰ মৃত্যু
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩২৭২ গৰাকী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৮০ গৰাকী লোকৰ
- ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ২১১০৩২ জনলৈ বৃদ্ধি