Local, Vocal, Global

২৫ জুনত উচ্চতৰ মাধ্যমিকৰ ফলাফল

*অহা ২৫ জুনত ঘোষনা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
*একেদিনাই কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল ঘোষণা কৰা হ’ব
*এই কথা ঘোষণা কৰিলে শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইয়ে।
*কৰোনাৰ তথা লক ডাউনৰ বাবে এইবেলি পলম হ’ল এইবাৰৰ ফলাফল
*এইবাৰ প্ৰায় ২.৩৪ লাখ পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
*কোনো কেন্দ্ৰত ফলাফল প্ৰকাশ কৰা নহয়।                                                     *সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মোবাইল ফোনৰ এপ আৰু হোৱাটছ এপৰ সোঁহায়তহে পাব ফলাফল ।