Local, Vocal, Global

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

39

কৰোনাকালীন ৰাজ্যৰ অৰ্থনৈতীক সবিশেষ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰতিবেদন দাখিল অৰ্থনৈতিক পৰামৰ্শদাতা সমিতিৰ
অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাসৰ নেতৃত্বত ৮ জনীয়া সমিতিয়ে দাখিল কৰিলে প্ৰতিবেদন
কৰোনাসৃষ্ট ৰাজ্যৰ অৰ্থনৈতিক পৰিস্থিতিৰ খটিয়ান বিছাৰি এপ্ৰিল মাহত গঠন কৰা হৈছিল পৰামৰ্শদাতা সমিতি
প্ৰতিবেদন গ্ৰহন কৰি মুখ্যমন্ত্ৰীৰ আশা- সংকটকালীন অৰ্থনৈতিক পৰিস্থিতিক জিনিবলৈ সক্ষম হ’ব চৰকাৰ
প্ৰতিবেদনৰ পৰামৰ্শৱলী পূৰনৰ বাবে মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৩ জনীয়া মন্ত্ৰীগোট গঠন মুখ্যমন্ত্ৰীৰ
মন্ত্ৰীগোটৰ আন ২ সদস্য চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰা
কৃষি,উদ্যোগ আৰু দক্ষতা বিকাশত গুৰুত্ব দিব মন্ত্ৰীগোটে

Comments are closed, but trackbacks and pingbacks are open.