Local, Vocal, Global

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

  •  কৰোনা আক্ৰান্তৰ তালিকাত জাৰ্মানী -ফ্ৰান্সক চেৰাই বিশ্বৰ সপ্তম স্থানত ভাৰত
  •  ভাৰতত সোমবাৰে আগবেলালৈ আক্ৰান্তৰ মুঠ সংখ্যা ১৯০,৭৯১
  • মৃত্যু ৫,৪০৮ জনৰ,সক্ৰিয় ৰোগীৰ সংখ্যা ৯৩,৫৮২
  • মুঠ আক্ৰান্তৰ দিশেৰে ভাৰততকৈ এটা স্থান আগবাঢ়ি আছে ইটালী
  • কিন্তু সপ্তম স্থানত থকা ভাৰতে সক্ৰিয় ৰোগীৰ সংখ্যাৰে ইটালীকো চেৰাই আনকি চতুৰ্থ স্থানত থকা স্পেইনকো অতিক্ৰম কৰিছে।
  • কৰোনা আক্ৰান্তৰ সংখ্যাৰে তালিকাত বিশ্বৰ শীৰ্ষ ৩ স্থানত আছে আমেৰিকা,ব্ৰাজিল আৰু ৰাছিয়া।
  • সমগ্ৰ বিশ্বত সোমবাৰে আগবেলা পৰ্যন্ত ৬,২৬৭,৬৫৭ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩৭৩,৯৬১ জনৰ।