মঙ্গলদৈত ছিগিল শাকতোলা নৈৰ মথাউৰি

- মঙ্গলদৈত ছিগিল শাকতোলা নৈৰ মথাউৰি
- শাকতোলা নৈয়ে ছিগিলে কবিকাৰৰ মথাউৰি
- বানপানীৰ কৱলত জনাৰাম চৌকা , কবিকাৰা , ডাহীৰ বৃহৎ অঞ্চল
- নিশা মথাউৰি ছিগাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ
- বিস্তৰ ক্ষতি গাঁৱৰ ৰাইজৰ
- জল সম্পদ বিভাগৰ ঠিকাদাৰৰ নিম্নমানৰ মেৰামতিৰ বাবে মথাউৰি খহাই নিয়াৰ অভিযোগ