Local, Vocal, Global

প্ৰতিভাৱান সংগীত শিল্পী পিকু বৰুৱাৰ আকস্মিক মৃত্যু

  • প্ৰতিভাৱান সংগীত শিল্পী পিকু বৰুৱাৰ আকস্মিক মৃত্যু।
  • দেওবাৰে দুপৰীয়াৰে পৰা নিৰূদ্দেশ হৈ আছিল শিল্পীজন।
  • পাণবজাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় শিল্পীজনৰ মৃতদেহ।
  • মৰনোত্তৰ পৰীক্ষাৰ অন্তত অন্তেষ্টিক্ৰিয়াৰ বাবে গৃহ জিলা যোৰহাটলৈ প্ৰেৰন শিল্পীজনৰ মৃতদেহ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
  • পাশ্চাত্য সংগীতৰ ক্ষেত্ৰখনত বিশেষ সুনাম আছিল প্ৰয়াত পিকু বৰুৱাৰ।
  • শিল্পীজনৰ অকাল মৃত্যুত শোকস্তব্ধ ৰাজ্যৰ সাংস্কৃতিক মহল।