Local, Vocal, Global

নলবাৰীত কৰ’নাৰ গণ সংক্ৰমণ, একেদিনাই ৪ জন পজিতিভ

# নলবাৰীত কৰোনাতঙ্ক ।
# গণ সংক্ৰমণৰ আশংকা।
# একেদিনাই চাৰি গৰাকী লোকৰ গাত ধৰা পৰিছে কভিড ১৯।
# নলবাৰীৰ মালিকুছিৰ ৰাতুল আলি, মুকালমুৱাৰ পুৰণ আখিয়া গাঁৱৰ মন্টু মেধি, বৰনদ্দীৰ শঙ্কৰ ভট্ট আৰু ঘগ্ৰাপাৰ বুৰবুৰীৰ আনোৱাৰ হুছেইনৰ দেহত ধৰা পৰিল কভিড ১৯।
# মন্টু মেধিয়ে গাওঁ ফুৰি থকাৰ লগতে আলহীৰ ঘৰত ভাতো খাইছিল।
# গুৱাহাটীত কৰ্মৰত শঙ্কৰ ভট্টই গাঁৱৰ ল’ৰাৰ লগত খেলিছিল কেৰমবোৰ্ড।
# আনোৱাৰ হুছেইন আহিছিল মণিপুৰৰ পৰা ।
# কামৰূপ কলেজত কোৱাৰেন্টাইন হৈ আছিল আনোৱাৰ হুছেইন ।
# আটাইকেইগৰাকীক শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।