Local, Vocal, Global

শীৰ্ষত কোন জিলা ?

জিলা ভিত্তীত উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যৰ শীৰ্ষত
কলা শাখাত প্ৰথম দৰং জিলাত উত্তীৰ্ণ ৮৯.০৭%
দ্বিতীয় শিৱসাগৰ ৮৮.৬৬%
তৃতীয় যোৰহাট ৮৭.৩৯%
বিজ্ঞান শাখাত প্ৰথম শিৱসাগৰ ৯৫.৯৭%
দ্বিতীয় বাক্সা ৯৫.৪৪ % আৰু তৃতীয় যোৰহাট জিলা ৯৩.৯০%
বানিজ্য শাখাত ১০০% উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থানত ৰাজ্যৰ ৩ জিলা
চিৰাং,মাজুলী আৰু পশ্চিম কাৰ্বি আংলঙৰ আধিপত্য
দ্বিতীয় স্থানত বিশ্বনাথ ৯৬.৪৪% আৰু তৃতীয় স্থানত শিৱসাগৰ জিলাৰ ৯৫.৫০% উত্তীৰ্ণ