Website Design: dastechnologies.in
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান-গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।গৰাখহনীয়া প্ৰতিৰোধত জলসম্পদ বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত সোণাৰিত আছুৱে দাহ কৰিলে মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ পুত্তলিকা।সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ । শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত দিচাং নদীৰ লগতে অন্যান্য সৰু সৰু নদীৰ গৰাখহনীয়া ৰোধ কৰিব নোৱাৰিলে জলসম্পদ বিভাগৰ কাৰ্যালয়ত তলা লগোৱাৰ হুংকাৰ ছাত্ৰ সন্থাৰ ।