Local, Vocal, Global

চীনক শুধৰণিৰ আহ্বান ভাৰতীয় বিদেশমন্ত্ৰীৰ

*চীন-ভাৰতৰ মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠক ব্যৰ্থ।
*১৪ নং পেট্ৰ’ল পইন্টত অনুষ্ঠিত হৈছিল বৈঠক।
*১৪ নং পেট্ৰ’ল পইন্টৰ পৰা চীনা সেনাক আঁতৰি যাবলৈ হুংকাৰ
সীমান্ততে আত্মশুদ্ধিৰ আহ্বান চীনক।
*চীনা বৈদেশিক মন্ত্ৰীৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ টেলিফোনিক বাৰ্তালাপ।
*সীমান্তৰ সংঘাটে দুই ৰাষ্ট্ৰৰ দ্বিপাক্ষীক সম্পৰ্কত বাধাৰ সৃষ্টি কৰিব।
*চীনক শুধৰণীৰ আহ্বান জয়শঙ্কৰৰ।
*লাডাখৰ ঘটনাক চীনৰ পূৰ্ব পৰিকল্পিত আখ্যা ভাৰতৰ
দুই পক্ষৰ আলোচনাত সহমত।