Local, Vocal, Global

গ্ৰেপ্তাৰ হ’ব পাৰে ডিমাহাছাওৰ মুখ্য কাৰ্যবাহী, আৰক্ষীয়ে দাখিল কৰিলে অভিযোগনামা

*বিপদ বাঢ়িছে দেৱলাল গাৰ্লছাৰ।
*গ্ৰেপ্তাৰ হব পাৰে ডিমা হাছাও পাৰ্বত্য জিলাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল।
*দেৱলাল গার্লছা ৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি অসম চৰকাৰৰ।
* পুৰনেন্দু লাংথাছা আৰু নিন্দু লাংথাছাৰ হত্যাৰ অভিযোগত অভিযুক্ত দেৱলাল।
* দেৱলাল গার্লছা সহ ৬ অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল ডিমা হাছাও আৰক্ষীৰ।
* ডিমা হাছাও সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰা হ’ল অভিযোগনামা।
*ভাৰতীয় দণ্ডবিধিৰ ১২২, ১২১(এ), ৩০২ ধাৰাৰ লগতে সশস্ত্ৰ আইনৰ অধীনত পঞ্জীয়ন গোচৰ।
*২০০৭ চনত সংঘটিত হৈছিল পুৰনেন্দু আৰু নিন্দু লাংথাছা হত্যাকাণ্ড।