Local, Vocal, Global

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা

  • ৰাজ্যত ৭ হাজাৰ হোৱাৰ পথত কৰ’না আক্ৰান্তৰ সংখ্যা
  • বৃহস্পতিবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত  ২৭৬গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা ৬৬৪৬ গৰাকী
  • বৰ্তমানলৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা ৪০৩৩গৰাকী
  • ৰাজ্যত সম্প্ৰতি সক্ৰিয় ৰোগীৰ  সংখ্যা ২৬০১ গৰাকী
  • বৃহস্পতিবাৰৰ দিনটোত ৭৫ ৰোগী সুস্থ হোৱাত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান
  • ৰাজ্যত বৰ্তমানলৈ ৩,৫১,৭৫৩ লোকৰ কৰ’না টেষ্ট কৰা হৈছে